Latest Assamese Status 2020 -Assamese status for WhatsApp

Assamese Status

Table of Contents

Today We are Shearing with you the best Latest Assamese Status. If your Searching for some best Assamese Status for WhatsApp & Facebook, Then This Article will help you to find Latest Assamese Status 2020.

Assamese status for WhatsApp & Facebook

An Assamese Whatsapp status isn’t about an individual, it is consistently about your Assamese personality. Being Assamese status for WhatsApp is a land, social thing, it doesn’t have anything to do with any religion either. That is the reason an Assamese Whatsapp status crosses the limits of parochial radical reasoning. It is additionally an entirely steady thing, dissimilar to numerous English things that will, in general, be irregular in light of the fact that with time English culture isn’t culture any longer, it’s transient marvel living just for monetary qualities. In any case, Assamese and Assamese culture are considerably more steady, complete and expressive of its qualities in Assamese status for WhatsApp. That is the reason-giving an Assamese status is consistently an impression of your Assamese qualities.

Latest Assamese Status 2020 -Assamese status for WhatsApp 1
Assamese Status for WhatsApp

Attitude Assamese Status for WhatsApp & Facebook

[1] পৃথিৱীৰ প্ৰতিজন মানুহে সুন্দৰ , মাথোঁ অসুন্দৰ হল মানুহৰ মনবোৰ ।

[2]মোৰ প্ৰশংসায়ে কৰা বা বদনাম কৰা যিয়ে কৰা মনে মনে নহয় সকলোয়ে জানা কৈ কৰা

[3]এক প্ৰয়োজনিয়তা সদায় লুকাই থাকে যিয়ে কৈ মোক অকলে থাকিব দিয়া।

[4]যেতিয়ালৈকৈ প্ৰদান কৰি থাকিবা, তেতিয়ালৈকে সকলোৰে বাবে তুমি মিঠা হৈ ৰ’বা।

[5]৫ টকীয়া নোটৰ দৰে হৈ গৈছে জীৱনটো, চলে, কিন্ত্ত ফটা অৱস্হাত।

[6]যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়, কিছু ক্ষণ হৃদয়েৰে ভাবা, আৰু , বিবেকৰ লগত সংলগ্ন কৰা, সমাধান ওলাই পৰিব।

[7]জীৱনত এজন পাৰ্টনাৰ থকাটো খুবেই জৰুৰী, নহলে মনৰ কথাবোৰ, ষ্টেটাচ্ ত লিখোতেই যাব।

[8]যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব,
তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।

[9]আত্মবিশ্বাস আৰু কাৰ্য্যদক্ষতাৰে আমি নিজৰ ভাগ্য নিজে লিখি লোৱা উচিত,
ইয়াৰ বিপৰীতে বৰ্তমানৰ পৰিস্হিতিয়ে আমাৰ ভাগ্য লিখি দিব।

[10]সফলতাৰ ৰাস্তা দূৰৰ পৰা বন্ধ থকা যেনে লাগে,
কাৰণ আমি সেইটো ৰাস্তাত যাত্ৰা আৰম্ভ কৰাই নাই,
সফলতাৰ ৰাস্তাৰ দুৱাৰখন তেতিয়াহে খোল খাব যেতিয়া আমি একেবাৰে তাৰ কাষ পাম।

[11]জীৱনটো আচলতে, এখন চাইকেল চলাই থকাৰ নিচিনা, ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেদেল্ মাৰি থাকিবই লাগিব।

[12]জীৱনটো WhatsApp ৰ “Last Seen” ৰ নিচিনা, সকলোৱে নিজৰটো লুকাব খোজে,
আৰু আনৰটো চাব খোজে।

Love Assamese Status for WhatsApp & Facebook

[1] প্ৰেম সকলোৱে কৰে, কিন্তু সকলোৱে জানো সেই প্ৰেম প্ৰাপ্ত কৰিব পাৰে..?
নোৱাৰে,কাৰণ প্ৰেম কোনো প্ৰাপ্তিৰ নাম ন’হয়.ই কেবল এটি পবিত্ৰ অনুভুতি যাক নাপালেও , তাৰ প্ৰতিটো মধুৰ স্মৃতিয়ে আমাক জীয়াই ৰাখে..

[2] উৰি গুচি যাম এবুকু হেঁপাহ লৈ বহু দূৰলৈ আৰু তুমি ??? এবাৰো ঘূৰি নাচাবা নে তোমাৰ সোণবৰণীয়া চুলিকোচা মেলি ??? এবাৰ জানো উছুপি নুঠিবা…? কঁপা কঁপা ওঁঠেৰে ক’বা নে মোক আৰু মাত্ৰ এটা ক্ষণ ৰৈ যোৱা বুলি সঁচাকৈ উৰি যাম এবুকু সপোন লৈ বহু দূৰলৈ

[3] শৰতৰ শেৱালী ফুটা নিয়ৰৰ টোপাল তুমি! জোনাকৰ অভ্ৰান্ত পোহৰত জিলিকি উঠিলা অবিকল। শেৱালী ফুলৰ পাতৰ দৰে মই ঢালি থলোঁ তোমাৰ মৰমৰ অনাবিল সৌন্দৰ্য্যত।

[4] তাই মোক সুধিছিল . . . কেতিয়াবা ৰাতিৰ আকাশত জোনটো চাই পাইছানে ? মই কৈছিলো , মইতো সদায় হাঁহি থকা জোনটো দেখোঁ । তাই সুধিছিল , ক’ত কেনেকৈ ? মই কৈছিলো , তোমাৰ মুখত আকৌ । জোনটি ডাৱৰত লুকুৱাৰ দৰে তায়ো লাজ কৰি লুকাই দিছিল মোৰ বুকুৰ মাজত

[5]প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা কলেও, আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে ।

[6]প্ৰথম ভালপোৱা পাহৰি যোৱা যদি ইমান সহজ হলেহেঁতেন তেন্তে আজি মই এখন নৌতুন ঘৰ লৈ জীয়াই থাকিলো হয়!

Sad Assamese Status for WhatsApp & Facebook

[1]এই পৃথিৱীত যিবোৰ মানুহ সহজ সৰল আৰু আনক সহজতে বিশ্বাসত লয় সেইবোৰ মানুহেই পদে পদে ঠগ খাবলগীয়া হয় যেন ময

[2] নিজান ৰাতি কিনকিনিয়া বৰষুণজাকৰ মাজত অকলশৰে মই আৰু তোৰ স্মৃতি এতিয়া সংগী মাথো মোৰ জ্বলি যোৱা চিগাৰেটৰ উৰি যোৱা ধোঁৱাখিনি…

[3] নিজম পদূলি নিস্তব্ধ গধূলি প্ৰকৃতিৰ মাজত তোমাৰ স্মৃতি ৰাঙলী বেলিয়ে দূৰৰ পৰাই ৰিঙিয়াই আহ চোন কথা পাতো বুলি

[4] সকলোকে জনাম আমাৰ কথা কলিজাৰ পাতত তোমাৰ ঠিকনা লিখি যদি এবাৰ সহাৰি দিয়া বুজায় মোৰ বুকুৰ ব্যথা।

[5]তৰা ভৰা আকাশলৈ চাই চাই বহুদূৰ উলটি গলো অতীতলৈ,বিচাৰি বিচাৰি হাবাথুৰি খালোঁ নেপালোঁ কিন্ত সেই চিনাকী তৰাটো, মাথো ধুৱলি কুঁৱলি, দেখা নেদেখা অচিন পথ, তথাপি চাই আছো আকাশলৈ, বহুতো আশাৰে…

[6]তোমাৰ বাবে মই একো নহলেও, এটা কথা মনত ৰাখিবা ” কাৰোবাৰ বাবে তুমি তাৰ গোটেই পৃথিৱী.

[7] মানুহৰ জীৱনৰ আটাইটকৈ ডাঙৰ শিক্ষক হ’ল জীৱন। কাৰণ, জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।।

[8]অকণমান তোমাৰ ভালপোৱাৰ বাবে কিমান কিছু কৰিলোঁ, তথাপিও তোমাক নাপালোঁ ! নাজানো ভালপোৱা বাহ্যিক সৌন্দৰ্য্যৰে জোখে নে এখন সঁচা অন্তৰেৰে জোখে….

[9] তোমাক মই বহুত ভাল পাইছিলোঁ, সেইকাৰণে যাব দিছোঁ | তোমাৰ প্ৰতাৰনাও মানি লৈছো | যদি মোৰ জিদ হলে হয়, তেন্তে আজি তুমি কেৱল আৰু কেৱল মোৰ লগত থাকিলা হয়

[10] কাৰোবাৰ ভালপোৱাৰ বাবে কেতিয়াওঁ জোৰ নকৰিবা, কাৰণ যিয়ে তোমাক সঁচা অন্তৰেৰে ভাল পাব সি হাজাৰ সমস্যাৰ মাজতো তোমাৰ লগত থাকিব | আৰু যিয়ে তোমাক ভাল নাপায় সি মাত্ৰ এটা সৰু বাসনা দি গুচি যাব…

[11]আকাশৰ পৰা তৰা আনি দিলেও তুমি মোৰ লগত কেতিয়াও সুখী হব নোৱাৰিবা, কাৰণ তুমি মোৰ লগত আছা যদিও তোমাৰ অন্তৰ অন্য কাৰোবাৰ ওচৰত…

[12]আজি হয়তো তুমি বুজিপোৱা নাই মোৰ ভালপোৱা | কিন্তু এদিন ঠিকেই বুজিবা যে পাথৰ বিচাৰি বিচাৰি হীৰা হেৰুৱাই পেলাইছিলা! আৰু তেতিয়া বহুত পলম হব…

[13]তুমি হয়তো ভাবি আছা সি মোক ফোন কিয় নকৰে, মোৰ ভালপোৱা পোৱাৰ বাবে জোৰ কিয় নকৰে? তুমি নজনা ভালপোৱাৰ অৰ্থ কি | ভালপোৱা জোৰ কৰি কেতিয়াও নহয় | আৰু যদি হয় সেই ভালপোৱা বেছিদিন নাথাকে.

[14]যাক মই ভাল পাইছিলোঁ তাই অইন কাৰোবাক ভাল পাইছিল। আজি মই বহু দূৰত গৈ আছোঁ। কাৰণ তাই বিচাৰে মই যাতে তাইৰ জীৱনৰ পৰা বহু দূৰত গোটেই জীৱনৰ বাবে গুচি যাওঁ। আইখিনিয়ে তো বিচাৰিছা? পাৰিম মই। সদায় সুখত থাকিবা

[15]মই জানো তুমি মোক কেতিয়াও ভালপোৱা নাই | তথাপিও তোমাক সুযোগ দিছিলোঁ কাৰণ সুখীতো আছা হব পাৰে সেইজন অন্য কোনোবা…

[16]মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল তোমাৰ প্ৰথম ভুল মানিলোৱা আৰু অন্তৰেৰে বিশ্বাস কৰি দ্বিতীয় বাৰৰ বাবে সুযোগ দিয়া

[17]তুমি যতেই নথকা কিয়, যাৰ লগতেই নথকা কিয় সদায় সুখত থাকিবা এইটোৱে মোৰ কামনা | কিন্তু এটাই অনুৰোধ দ্বিতীয়বাৰ কাৰো লগত ভালপোৱা লৈ প্ৰতাৰণা নকৰিবা | বহুত দুখ পোৱা যায়…

[18]চোৱা ইমান তুমি সুন্দৰী নহয়, যি এখন সুন্দৰ স্বচ্ছ মনেৰে তোমাক ভাল পাইছিলোঁ

[19]যদি বিচৰা তুমি বহুত ভাল মানুহ পাবা, কিন্তু সি জানো তোমাক মোৰ নিচিনা ভালপোৱা দিব পাৰিব? আৰু তুমি সুখী থাকিব পাৰিবা?…

[20] নিজান ৰাতি কিনকিনিয়া বৰষুণজাকৰ মাজত অকলশৰে মই আৰু তোৰ স্মৃতি এতিয়া সংগী মাথো মোৰ জ্বলি যোৱা চিগাৰেটৰ উৰি যোৱা ধোঁৱাখিনি…

I think this post helps you to find the best Assamese Status for WhatsApp & Facebook, if you liked our article, then share your thoughts below in comment box. Also, you can share your Status with us we Post your own status on this post just u needed to comment your status or send us via email

RELATED POSTS
LEAVE YOUR COMMENT HERE

Leave a Reply

Your email address will not be published. Required fields are marked *

Social Media
Free E-mail Job Alerts

Enter your email address :

LATEST UPDATES